🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼 @govtjox Channel on Telegram

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

@govtjox


💯 ইয়াত All GK,CA ৰ পৰা PDF, Notes, MCQ লৈকে সকলো উপলব্ধ হ'ব, সেইটোও একেবাৰে বিনামূলীয়া 💥💯

✅ EXAM 🎯✍️ ত যি সুধিব সেয়াহে পঢ়ক

এবাৰ চেনেল এৰিলে চেনেলটোত যোগদান কৰিব নোৱাৰিব।গতিকে এৰি নাযাব🙏

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼 (Assamese)

আপুনি কি সাৰাধান কৰি আছে? আপুনি যি সাৰাধান কৰি আছে, সেয়া সম্পূর্ণ আপোনাৰ চাৰ পৰা অসমৰ প্ৰেয়তিক আৰু প্ৰাদেশিকতাৰ সৃষ্টি সম্ৰাণ্য মানৱ সম্প্ৰদায়ে ঝাৰিব। এই ধাৰণাৰ হাতত আমাৰ '🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼' চেনেলটো প্ৰকাশিত হৈছে। এই চেনেলটোত আপুনি সকলো General Knowledge, Current Affairs, PDF, Notes, MCQ প্ৰাপ্ত কৰিব পাৰিব। সুত্ৰ স্বীকাৰ কৰি। যাৰোপৰি যি আপুনি Competitive Exams বা প্ৰতিযোগিতামূলক পৰীক্ষাওক দিব বিচাৰি থাকে, এই চেনেলটো আপোনাৰ জন্য প্ৰাপ্ৰী সাহায্য কৰিব পাৰিব। আপুনি কি চাবিলে? গতিকে, চেনেলটোত চাবনৰ যোগ্যতা প্ৰাপ্ত কৰা সকলো উপায়ৰ সুবিন্ন প্ৰকাৰৰ সম্পদ আপোনাৰ লবণ্য পথত পথ প্ৰদান কৰি দিব। এতিয়া হৈছে সম্মূল্য চেনেল '🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼'। চেনেলটোত যোগদান কৰক আৰু আপোনাৰ জন্য লাভ কৰক সম্মূল্য সাহায্য। নতুন জ্ঞান প্ৰাপ্ত কৰক, প্ৰদেশিক অসমৰ প্ৰেয়তিক জ্ঞান সৃষ্টি কৰক, চাবিলে? নাইতে এটি আপোনাৰ পৰামৰ্শক।

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

06 Nov, 13:09


Forest ত vaccancy আহিব পাৰে । 2025 ( February )

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

06 Nov, 12:04


জয় আই অসম❤️

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

06 Nov, 10:01


ৰিপাব্লিকান পাৰ্টীৰ ড'নাল্ড ট্ৰাম্প আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত।
ড'নাল্ড ট্ৰাম্প আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি।
JD Vance আমেৰিকাৰ নতুন উপ - ৰাষ্ট্ৰপতি।

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

05 Nov, 14:17


তেৰ বছৰ পূৰ্বে আজিৰ দিনটোত অসমৰ আকাশ গোমা হৈছিল৷ মহাবাহু ব্ৰহ্মপুত্ৰ কান্দি উঠিছিল, স্তব্ধ হৈছিল সুৰৰ মূৰ্ছনা৷ বিশ্ববৰেণ্য অসমীয়া, প্ৰাণৰ শিল্পী ভূপেনদাই আমাৰ মাজৰ পৰা বিদায় লৈছিল চিৰদিনৰ বাবে...

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ পৱিত্ৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ যাচিলোঁ শতকোটি প্ৰণাম, বিনম্ৰ শ্ৰদ্ধাঞ্জলি৷ অসমৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ হৈ অনন্তকাললৈ ভূপেনদা জীয়াই থাকিব৷ অসমবাসী তথা ভৱিষ্যতৰ প্ৰজন্মই চিৰবন্দিত শিল্পীজনাক অমূল্য অৱদানৰাজিৰে সময়ৰ সোঁতত কঢ়িয়াই লৈ গৈ থাকিব, কিয়নো এয়া যে তেখেতৰ সৃষ্টিৰেই আবেদন!

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

31 Oct, 08:36


আজি 'ৰাষ্ট্ৰীয় একতা দিৱস'।

একতাৰ মন্ত্ৰৰে এখন অখণ্ড ভাৰত নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰা মহান মনীষী, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, স্বাধীন ভাৰতৰ ভৱিষ্যতদ্ৰষ্টা, স্বাধীন ভাৰতৰ প্ৰথমজন উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী, এক বিশাল ব্যক্তিত্বৰ অধিকাৰী 'লৌহমানৱ' ৰূপে পৰিচিত চৰ্দাৰ বল্লভ ভাই পেটেলদেৱক তেখেতৰ জন্মদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

তেখেতৰ মহান জীৱন আদৰ্শ আৰু কৰ্মৰাজিক অনুসৰণ কৰি আমি একতাৰ এনাজৰীৰে বান্ধ খাই ঐক্যবদ্ধভাৱে হাতে হাত ধৰি ভাৰতক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰাৰ বাবে সংকল্প লওঁ আহক!

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

28 Oct, 12:11


১০০০ টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ

খণ্ড ► ১


১/ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন? — ৰাকেশ শৰ্মা


২/ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? — আলেকজেণ্ডাৰ ফ্লেমিং


৩/ কোনখন চহৰক "ভাৰতৰ মানচেষ্টাৰ" বুলি জনা যায়? — আহমেদাবাদ


৪/ যুৱ দিৱস কেতিয়া পালন কৰা হয়? — ১২ জানুৱাৰী


৫/ ৰিখটাৰ স্কেলৰ দ্বাৰা কি জুখিব পাৰি? — ভূমিকম্পৰ তীব্ৰতা


৬) জাতীয় সংগীত গাবলৈ কিমান সময় লাগে? — ৫২ ছেকেণ্ড


৭) পঞ্চতন্ত্ৰৰ ৰচক কোন? — বিষ্ণু শৰ্মা


৮) অজন্টা আৰু এলোৰা গুহা ক’ত অৱস্থিত? — ঔৰংগাবাদ, মহাৰাষ্ট্ৰ


৯) পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? — প্ৰধানমন্ত্ৰী


১০) পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? — ২২ এপ্ৰিল


১১) মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? — বাচেন্দ্ৰী পাল


১২) ইণ্ডিয়া গেট ক'ত অৱস্থিত? — নতুন দিল্লী


১৩) অৰ্জুন বঁটা কোন বছৰত আৰম্ভ হৈছিল? — ১৯৬১ চন


১৪) বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? — ৮ অক্টোবৰ


১৫) ইংৰাজী চেনেল পাৰ হৈ সাঁতুৰি যোৱা প্ৰথম ভাৰতীয় কোন? — মিহিৰ সেন


১৬) ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰৰ নাম কি? — অপ্সৰা


১৭) অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? — ১৯২০ চন


১৮) বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? — তিৰুৱনন্তপুৰম


১৯) স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? — নৰেন্দ্ৰনাথ দত্ত


২০) দিল্লীত কোনে নিৰ্মাণ কৰিছিল জামা মছজিদ? — শ্বাহজাহান


২১) ভাৰতৰ জাতীয় জলজ প্ৰাণী কি? — গংগা ডলফিন


২২) কোনে তেজৰ গোট আৱিষ্কাৰ কৰিছিল? — লেণ্ডষ্টাইনাৰ


২৩) ভাপ ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? — জেমছ ৱাট


২৪) বাল্বত থকা ফিলামেণ্ট কিহৰ পৰা তৈয়াৰ কৰা হয়? — টাংষ্টেন


২৫) বাংলাদেশৰ মুদ্ৰা কি? — টাকা


২৬) ভাৰতৰ প্ৰথম মহিলা আই.পি.এছ. বিষয়া? — কিৰণ বেদী


২৭) ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী কোন আছিল? — ৰাজকুমাৰী অমৃত কৌৰ


২৮) কম্পিউটাৰ ভাষাত WWW ৰ অৰ্থ কি? — ৱৰ্ল্ড ৱাইড ৱেব


২৯) ভাৰতৰ প্ৰথম মহিলা গৱৰ্ণৰ কোন আছিল? — সৰোজিনী নাইডু


৩০) ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? — প্ৰতিভা পাটিল


৩১) আকাশত তৰাবোৰ কিয় জিলিকি থকা যেন লাগে? — পোহৰৰ বিবৰ্তনৰ বাবে


৩২) ৰামধেনুত কিমান ৰং থাকে? — সাত


৩৩) ৰাজস্থানৰ প্ৰধান লোকনৃত্য কি? — ঘূমৰ


৩৪) দেশবন্ধু নামেৰে কাক জনা যায়? — চিত্তৰঞ্জন দাস


৩৫) ভাৰতৰ জাতীয় প্ৰতীক কি? — অশোক চক্ৰ


৩৬) বিমানৰ টায়াৰত কোনটো গেছ ভৰোৱা হয়? — হিলিয়াম


৩৭) শব্দৰ তীব্ৰতা কিমান এককত জুখিব পাৰি? — ডেচিবেল


৩৮) ভাৰতৰ জাতীয় ফুল কি? — পদুম


৩৯) লোকসভাৰ প্ৰথম বক্তা কোন আছিল? — গণেশ বাসুদেৱ মাৱলংকৰ


৪০) স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল? — গ ৰাজগোপালাচাৰী


৪১) ভাৰতৰ জাতীয় গছ কি? — বন্যান


৪২) কোনখন নদীৰ পাৰত উজ্জয়িন অৱস্থিত? — শিপ্ৰা


৪৩) বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? — চিৰিমাভো বাণ্ডাৰনাইকে


৪৪) "উৰণীয়া দেৱদূত" কাক কোৱা হয়? — পি.টি. উষা


৪৫) ভাৰতৰ শ্বেক্সপীয়েৰ বুলি কাক কোৱা হয়? — কালিদাস


৪৬) ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল? — ২ বছৰ, ১১ মাহ, আৰু ১৮ দিন


৪৭) মাছে কেনেকৈ উশাহ লয়? — গিলৰ মাজেৰে


৪৮) মণিপুৰৰ ৰাজধানী কি? — ইম্ফল


৪৯) ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধান উৎপাদন হয়? — পশ্চিম বংগ


৫০) ‘ভূডান আন্দোলন’ কোনে আৰম্ভ কৰিছিল? — বিনোবা ভাৱে

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

26 Oct, 16:55


I wish all the candidates of ADRE IV examination to be held tomorrow all the best.....best wishes from GyanShala team💐💐💐💐❤️❤️

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

26 Oct, 11:03


অহা কালিলৈ(27 October) চতুৰ্থ বৰ্গ পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা আটাইলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। 🩷🌸🌺💐💐💐🌈

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

18 Oct, 08:17


🧿 *প্ৰধান সঁজুলি আৰু তেওঁলোকৰ ব্যৱহাৰ 🧿*

🧿 বাৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*বায়ুমণ্ডলৰ চাপ মাপিবলৈ*

🧿 ষ্টেথ’স্ক'পৰ ব্যৱহাৰ কৰা হয় ?
*হৃদয় আৰু ফুঁসফুঁসৰ গতি শুনিবলৈ*

🧿 কাৰ্ডিঅ'গ্ৰামৰ ব্যৱহাৰ কৰা হয় ?
*হৃদস্পন্দন পৰীক্ষা কৰিবলৈ*

🧿 হাইড্ৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*তৰল পদাৰ্থৰ আপেক্ষিক ঘনত্ব মাপিবলৈ*

🧿 মেনোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*গছৰ মূলত থকা চাপ মাপিবলৈ*

🧿 ৰেইনগেজৰ ব্যৱহাৰ কৰা হয় ?
*বৰষুণৰ পৰিমাণ মাপিবলৈ*

🧿 ৰিখটাৰ স্কেলৰ ব্যৱহাৰ কৰা হয় ?
*ভূমিকম্পৰ প্ৰাবল্য মাপিবলৈ*

🧿 ফেথ'মিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*সাগৰৰ গভীৰতা মাপিবলৈ*

🧿 এনিমোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*বতাহৰ শক্তি আৰু গতি মাপিবলৈ*

🧿 হাইগ্ৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*বায়ুমণ্ডলৰ আর্দ্ৰতা মাপিবলৈ*

🧿 চিছম'গ্ৰাফৰ ব্যৱহাৰ কৰা হয় ?
*ভূমিকম্পৰ কম্পন মাপিবলৈ*

🧿 ছেক্সটেণ্টৰ ব্যৱহাৰ কৰা হয় ?
*দুইবিধ বস্তুৰ কৌণিক দূৰত্ব মাপিবলৈ*

🧿 অড’মিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*চক্ৰই কিমান দূৰত্ব অতিক্ৰম কৰিছে, সেয়া মাপিবলৈ*

🧿 ক্ৰেছ্ক'গ্ৰাফৰ ব্যৱহাৰ কৰা হয় ?
*গছপুলিৰ বৃদ্ধি মাপিবলৈ*

🧿 টেকোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*বিমানৰ গতি মাপিবলৈ*

🧿 স্পিগ্ম'মেনোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
*ৰক্তচাপ মাপিবলৈ*

🎯🇸𝐓𝐔𝐃𝐘♡🇵𝗢𝗜𝗡𝗧𓆕📖✏️✏️❤️📖(♥️ASSAM ♥️) 𝙂𝙔𝘼𝙉 𝙎𝙃𝘼𝙇𝘼

17 Oct, 12:32


অসমৰ ইতিহাসpdf

1,500

subscribers

830

photos

15

videos