Global Gyan in Assamese @globalgyaninassamese Channel on Telegram

Global Gyan in Assamese

@globalgyaninassamese


Competitive exam ৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ এটি বিশেষ ধৰনৰ YouTube Channel |
Please Subscribe Our Official YouTube Channel 📚 📝👇😇 https://youtube.com/channel/UConyCCPDL3_qI7bMOHD7crg

Global Gyan in Assamese (Assamese)

গ্লোবাল জ্ঞান ইয়াত আপনি প্ৰতিযোগিতাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ এবিধ YouTube Channel পাব । এই Channel টোৱালে ছাত্ৰ-ছাত্ৰীসকলে উপকাৰী আহৰণ কৰিব | আমাৰ আধিকাৰিক YouTube Channelটো সাবস্ক্ৰাইব কৰক 📚 📝👇😇 https://youtube.com/channel/UConyCCPDL3_qI7bMOHD7crg

Global Gyan in Assamese

13 Jan, 10:17


https://youtu.be/EW_NWBP9Tbk

Global Gyan in Assamese

12 Jan, 13:01


https://youtube.com/shorts/gxJd18JiutM?si=LB3wbiQAiNtENJgS

Global Gyan in Assamese

08 Jan, 03:48


http://youtube.com/post/UgkxlQoWKWJXNVX2WOqyc3ODC0qgCc4IGWeg?si=hj_NRin3TsBS2Bkv

Global Gyan in Assamese

06 Jan, 17:53


https://youtu.be/2rUROdfqvrI?si=9CQQh9cwkCY98Mab

Global Gyan in Assamese

06 Jan, 16:29


https://youtu.be/cql6dDGuPDs?si=lASffWWJV5LBrjlU

Global Gyan in Assamese

05 Jan, 16:39


http://youtube.com/post/UgkxKVJH1WsXL0WuKwch6_4whCeSOG9nYxMJ?si=XH4HcpHJYkABzTgX

Global Gyan in Assamese

05 Jan, 12:50


https://youtu.be/jQbKP99ibZU?si=yVPDKFC8X4lDTXXw

Global Gyan in Assamese

26 Dec, 18:30


https://youtube.com/shorts/PGSrx4m6hdY?si=Vo-tcYIu1MwrJ-d4

Global Gyan in Assamese

26 Dec, 18:09


https://youtube.com/shorts/MoVMFZJsdJM?feature=share

Global Gyan in Assamese

26 Dec, 18:08


https://youtube.com/shorts/Wn1BV3svL_0?si=CAka8_YZNYMifP61

Global Gyan in Assamese

25 Dec, 16:10


https://youtu.be/GnY-ZDctrWY

Global Gyan in Assamese

12 Dec, 15:58


Congratulations❤️🇮🇳🙏


ভাৰতৰ দবা খেলুৱৈয়ে ৰচিলে ইতিহাস!

১৮ বছৰীয়া গুকেশ ডিৰ শিৰত বিশ্ব চেম্পিয়নৰ খিতাপ🇮🇳❤️🙏

 @globalgyaninassamese 

Global Gyan in Assamese

12 Dec, 11:30


https://youtu.be/THP7D6iWucs

Global Gyan in Assamese

05 Dec, 17:02


চাপৰমুখ লাচিত কলনি নিবাসী বিমল ৰয় আৰু পুষ্পা ৰয়ৰ সু কন্যা তথা চাপৰমুখ গীতাদেবী হানচাৰিয়া স্মৃতি শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰ সহকাৰী আচাৰ্য্যা প্ৰিয়ংকা ৰয়ে অসম লোকসেৱা আয়োগ ৰ ফলাফলত Assam Accounts services ত ১৯নম্বৰ স্থান পাই চাপৰমুখলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।

https://youtu.be/y7xbEWSP7T0

Global Gyan in Assamese

05 Dec, 15:19


DOC-20241205-WA0018.

Global Gyan in Assamese

05 Dec, 15:16


https://youtu.be/y7xbEWSP7T0

Global Gyan in Assamese

05 Dec, 15:16


শীৰ্ষ দহ খনৰ ভিতৰত উজলিল বজালীৰ কন্যা টুটুমনি কাকতি।

টুটুমনিৰ সাফল্যত উৎফুল্লিত বজালী বাসী।

https://youtu.be/y7xbEWSP7T0

 @globalgyaninassamese 

Global Gyan in Assamese

05 Dec, 15:15


সদ্যঘোষিত APSC পৰীক্ষাৰ APS ত ২৫ নম্বৰ স্থান লাভ ৰৌতা বড়ো বজাৰৰ মায়াৰাণী বসুমতাৰীৰ | DSP হিচাপে নিযুক্ত হ'ব মায়াৰাণী বসুমতাৰী |

https://youtu.be/y7xbEWSP7T0

  @globalgyaninassamese  

Global Gyan in Assamese

05 Dec, 15:15


অভিনন্দন 💐 Congratulations 🎉

আজি ঘোষণা হোৱা APSC পৰীক্ষাৰ ফলাফলত APS ৰ প্রথম স্থান দখল ওৰাঙৰ প্রার্থ প্রতীম শৰ্মাৰ।

https://t.me/GlobalGyanInAssamese
  @globalgyaninassamese  ​

Global Gyan in Assamese

28 Nov, 17:57


https://youtu.be/9NVU6P59g9M

Global Gyan in Assamese

27 Nov, 17:14


https://youtube.com/shorts/f2k2z0dihmk?si=OCA-G223yTuM-Zut

Global Gyan in Assamese

25 Nov, 12:53


http://youtube.com/post/Ugkxa69XaWniqEGKyBz0d_6tbVddYvXkVZCh?si=wDtciQdTicAKlurp

Global Gyan in Assamese

23 Nov, 16:50


Global Gyan in Assamese pinned «https://youtu.be/FjMkl36VLeU»

Global Gyan in Assamese

23 Nov, 16:50


https://youtu.be/FjMkl36VLeU

Global Gyan in Assamese

20 Nov, 15:16


https://youtube.com/shorts/8XplqtSt2nM?si=Ojd5Lfr5kV3g8eNW

Global Gyan in Assamese

19 Nov, 15:26


http://youtube.com/post/UgkxozxqNmoHk-UhoRtRXwl-6Mh_NeRr-Ar3?si=CAZhcxlMAq1NLkUZ

Global Gyan in Assamese

16 Nov, 08:02


https://youtu.be/yroj6Cc_-rQ?si=m3J95KFJLl-kyTsS

Global Gyan in Assamese

15 Nov, 18:40


https://youtube.com/shorts/hpcNYRgK0c8?si=Ybd01skeQcn3ss9M

Global Gyan in Assamese

14 Nov, 08:14


https://youtube.com/shorts/C484hCqUVJg?feature=share

Global Gyan in Assamese

13 Nov, 17:50


https://youtube.com/shorts/1_3j4O002hI?si=wxu95k8hXq6-a9Po

Global Gyan in Assamese

06 Nov, 19:06


ৰিপাব্লিকান পাৰ্টীৰ ড'নাল্ড ট্ৰাম্প আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত।
ড'নাল্ড ট্ৰাম্প আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি।
JD Vance আমেৰিকাৰ নতুন উপ - ৰাষ্ট্ৰপতি।

Global Gyan in Assamese

05 Nov, 18:07


http://youtube.com/post/UgkxPzNqweYYJsqF_hvKkRZ-r7L9w-AMiqsJ?si=5ihGVw-FICx2sjRA

Global Gyan in Assamese

27 Oct, 15:55


https://youtu.be/o5ujDRwCjaI

Global Gyan in Assamese

27 Oct, 11:38


https://youtu.be/CzxY8RnfnwA?si=qw8Hoxdb1czBLIeE

Global Gyan in Assamese

26 Oct, 02:19


https://youtu.be/53k9o5GsW8M

Global Gyan in Assamese

25 Oct, 06:25


https://youtu.be/00sh6Vq6j3w

Global Gyan in Assamese

24 Oct, 02:03


https://youtu.be/3_HlaZz5lmM?si=QpElpuCegIZ5DnkW

Global Gyan in Assamese

23 Oct, 16:16


http://youtube.com/post/Ugkxh2ftzof6AgVekpIyQsEOifmn3SUeF71m?si=ammLQKY4qXie4cpb

Global Gyan in Assamese

23 Oct, 15:23


https://youtu.be/376yi_WzoxA

Global Gyan in Assamese

23 Oct, 02:00


https://youtu.be/3vOxTSarbZU

Global Gyan in Assamese

22 Oct, 09:57


https://youtu.be/Hl-zrEjX-g0

Global Gyan in Assamese

21 Oct, 17:31


https://youtu.be/zRIP5EitI_0

Global Gyan in Assamese

21 Oct, 10:54


https://youtu.be/sXoPHTyrFa4?si=9lg0o_gOe-R5s9F6

Global Gyan in Assamese

20 Oct, 13:19


https://whatsapp.com/channel/0029VaXvZev60eBhid4CBS2X

★গুৰুত্বপূৰ্ণ★

Q. বে'ৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- বায়ুমণ্ডলৰ চাপ মাপিবলৈ*

Q. ষ্টেথ’স্ক'পৰ ব্যৱহাৰ কৰা হয় ?
Ans:- হৃদয় আৰু ফুঁসফুঁসৰ গতি শুনিবলৈ*

Q. কাৰ্ডিঅ'গ্ৰামৰ ব্যৱহাৰ কৰা হয় ?
Ans:- হৃদস্পন্দন পৰীক্ষা কৰিবলৈ*

Q.হাইড্ৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- তৰল পদাৰ্থৰ আপেক্ষিক ঘনত্ব মাপিবলৈ*

Q. মেনোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- গছৰ মূলত থকা চাপ মাপিবলৈ*
👇 Official telegram link

https://t.me/GlobalGyanInAssamese

Q.ৰেইনগেজৰ ব্যৱহাৰ কৰা হয় ?
Ans:- বৰষুণৰ পৰিমাণ মাপিবলৈ*

Q. ৰিখটাৰ স্কেলৰ ব্যৱহাৰ কৰা হয় ?
Ans:- ভূমিকম্পৰ প্ৰাবল্য মাপিবলৈ*

Q. ফেথ'মিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- সাগৰৰ গভীৰতা মাপিবলৈ*

Q. এনিমোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- বতাহৰ শক্তি আৰু গতি মাপিবলৈ*

Q. হাইগ্ৰোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
Ans:- বায়ুমণ্ডলৰ আর্দ্ৰতা মাপিবলৈ*

Q. চিছম'গ্ৰাফৰ ব্যৱহাৰ কৰা হয় ?
Ans:- ভূমিকম্পৰ কম্পন মাপিবলৈ*

🎯 Mix General knowledge playlist 🔗

https://youtube.com/playlist?list=PLQATa-c3gBLxFh1yoJUkhVlGAyIPz5v50&si=VOYs7EuMBrdVP7PY

Q. ছেক্সটেণ্টৰ ব্যৱহাৰ কৰা হয় ?
Ans:- দুইবিধ বস্তুৰ কৌণিক দূৰত্ব মাপিবলৈ*

Q. অড’মিটাৰৰ ব্যৱহাৰ কৰা হয় ?
ANS:- চক্ৰই কিমান দূৰত্ব অতিক্ৰম কৰিছে, সেয়া মাপিবলৈ*

Q. ক্ৰেছ্ক'গ্ৰাফৰ ব্যৱহাৰ কৰা হয় ?
ANS:- গছপুলিৰ বৃদ্ধি মাপিবলৈ*

Q. টেকোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
ANS:- বিমানৰ গতি মাপিবলৈ*

Q. স্পিগ্ম'মেনোমিটাৰৰ ব্যৱহাৰ কৰা হয় ?
ANS:- ৰক্তচাপ মাপিবলৈ*

Global Gyan in Assamese

19 Oct, 10:04


https://youtu.be/a6tiNG2YmPQ

Global Gyan in Assamese

17 Oct, 11:39


অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ।

Global Gyan in Assamese

17 Oct, 08:01


http://youtube.com/post/UgkxXUScL27eCjqpEmsGl1xPfwIA_xuIGG2m?si=i79gp-6FIbMClJ5P

Global Gyan in Assamese

17 Oct, 04:41


https://whatsapp.com/channel/0029VaXvZev60eBhid4CBS2X

1. Who is known as the "Missile Man" of India ?
(ভাৰতৰ "মিছাইল মেন" বুলি কাক জনা যায় ?)
A) ড° ৰাজেন্দ্ৰ প্ৰসাদ
B) ড° এ পি জে আব্দুল কালাম
C) মহাত্মা গান্ধী
D) প্ৰণৱ মুখাৰ্জী
Ans- B) ড° এ পি জে আব্দুল কালাম

2. Who is the current President of India ?
(বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন ?)
A) দ্ৰৌপদী মুৰ্মু
B) জগদীপ ধনখৰ
C) নৰেন্দ্ৰ মোডী
D) প্ৰণৱ মুখাৰ্জী
Ans- A) দ্ৰৌপদী মুৰ্মু

3. Who is the current Vice-President of India ?
(বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন ?)
A) প্ৰণৱ মুখাৰ্জী
B) ভেংকাইয়া নাইডু
C) জগদীপ ধনখৰ
D) মহম্মদ হামিদ আনছাৰী
Ans- C) জগদীপ ধনখৰ

4. Who is the current Prime Minister of India ?
(বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ?)
A) নৰেন্দ্ৰ মোডী
B) অমিত শ্বাহ
C) ৰাজনাথ সিং
D) দ্ৰৌপদী মুৰ্মু
Ans- A) নৰেন্দ্ৰ মোডী

5. Who is the current Chief Justice of the Supreme Court of India ?
(বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ কোন ?)
A) উদয় উমেশ ললিত
B) নুথালপতি ভেংকট ৰমন
C) ৰঞ্জন গগৈ
D) ধনঞ্জয় যশৱন্ত চন্দ্ৰচুদ
Ans- D) ধনঞ্জয় যশৱন্ত চন্দ্ৰচুদ

https://youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg&si=9_lKriqPmZnh1Nvd

6. Who is the current Speaker of the Lok Sabha of India ?
(বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন ?)
A) সুমিত্ৰা মহাজন
B) সোমনাথ চেটাৰ্জী
C) নিৰ্মলা সীতাৰমণ
D) ওম বিৰলা
Ans- D) ওম বিৰলা

7. Who is the current CDS of India ?
(বৰ্তমান ভাৰতৰ CDS কোন ?)
A) বিপিন ৰাৱাত
B) অনিল চৌহান
C) A আৰু B দুয়োজন
D) এজনো নহয়
Ans- B) অনিল চৌহান

8. Who was the first king of the Ahom ?
(আহোমৰ প্ৰথম ৰজাজন কোন আছিল ?)
A) চাওলুং চুতেওফা
B) চাওফা চুচেনফা
C) চাওলুং চুকাফা
D) চন্দ্ৰকান্ত সিংহ
Ans- C) চাওলুং চুকাফা

9. Who was the last king of the Ahoms ?
(আহোমৰ শেষ ৰজাজন কোন আছিল ?)
A) পুৰন্দৰ সিংহ
B) চন্দ্ৰকান্ত সিংহ
C) যোগেশ্বৰ সিংহ
D) কমলেশ্বৰ সিংহ
Ans- A) পুৰন্দৰ সিংহ

https://t.me/GlobalGyanInAssamese

10. Who is known as the Dhing Express ?
(ধিং এক্সপ্ৰেছ বুলি কাক জনা যায় ?)
A) হিমা দাস
B) মেৰী কম
C) লাভলিনা বৰগোহাঁই
D) পি টি উষা
Ans- A) হিমা দাস

11. Who is the current Governor of Assam?
(বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?)
A) জগদীশ মুখী
B) লক্ষ্মণ প্ৰসাদ আচাৰ্য্য
C) বানৱাৰীলাল পুৰোহিত
D) জানকী বল্লভ পাটনায়ক
Ans- B) লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

12. Who is the current Speaker of the Assam Legislative Assembly ?
(বৰ্তমান অসম বিধানসভাৰ সভাপতি কোন ?)
A) হিতেন্দ্ৰ নাথ গোস্বামী
B) ৰঞ্জিত কুমাৰ দাস
C) প্ৰণৱ কুমাৰ গগৈ
D) বিশ্বজিৎ দৈমাৰী
Ans- D) বিশ্বজিৎ দৈমাৰী

13. Who is the current Home Minister of Assam ?
(বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন কোন ?)
A) সৰ্বানন্দ সোণোৱাল
B) ড° হিমন্ত বিশ্ব শৰ্মা
C) ৰঞ্জিত কুমাৰ দাস
D) কেশৱ মহন্ত
Ans- B) ড° হিমন্ত বিশ্ব শৰ্মা

14. What is the name of the current Education Minister of India ?
(বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম কি ?)
A) নীতিন গাডকাৰী
B) স্মৃতি জুবিন ইৰাণী
C) ধৰ্মেন্দ্ৰ প্ৰধান
D) নৰেন্দ্ৰ সিং টোমাৰ
Ans- C) ধৰ্মেন্দ্ৰ প্ৰধান

15. Who is known as udan pari ?
(উৰণ পৰি বুলি কাক জনা যায় ?)
A) পি টি উষা
B) হিমা দাস
C) ছানিয়া মিৰ্জা
D) পি ভি সিন্ধু
Ans- A) পি টি উষা

16. Where was the first session of the Assam Sahitya Sabha held ?
(অসম সাহিত্যসভাৰ প্ৰথম অধিৱেশন কোন ঠাইত হৈছিল ?)
A) তিনিচুকীয়া
B) শিৱসাগৰ
C) নগাওঁ
D) ডিব্ৰুগড়
Ans- B) শিৱসাগৰ

17. In which year was the first session of the Assam Sahitya Sabha held ?
(কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ?)
A) 1913 চনত
B) 1917 চনত
C) 1920 চনত
D) 1925 চনত
Ans- B) 1917 চনত

18. What is the name of the largest district in India?
(ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ?)
A) লেহ জিলা (লাডাখ)
B) কাচ্চ জিলা (গুজৰাট)
C) জয়ছালমেৰ জিলা (ৰাজস্থান)
D) বিকানেৰ জিলা (ৰাজস্থান)
Ans- B) কাচ্চ জিলা (গুজৰাট)

19. Who appoints the Chief Justice of the Supreme Court ?
(উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ?)
A) ৰাষ্ট্ৰপতি
B) প্ৰধানমন্ত্ৰী
C) লোকসভাৰ অধ্যক্ষ
D) সংসদ
Ans- A) ৰাষ্ট্ৰপতি

20. Where is the headquarters of BCCI located?
(BCCI ৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত ?)
A) মুম্বাই
B) কলকাতা
C) বেংগালুৰু
D) লক্ষ্ণৌ
Ans- A) মুম্বাই (Board of Control for Cricket in India)

Global Gyan in Assamese

17 Oct, 04:41


21. Where is the ICC Headquarters located ?
(ICC ৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত ?)
A) ডুবাই, ইউ এ ই
B) মেলবৰ্ণ, অষ্ট্ৰেলিয়া
C) লণ্ডন, ইংলেণ্ড
D) মুম্বাই, ভাৰত
Ans- A) ডুবাই, ইউ এ ই (Internationa)

Global Gyan in Assamese

14 Oct, 10:41


https://youtu.be/_I2wtXQYMPQ

Global Gyan in Assamese

14 Oct, 09:51


https://youtube.com/shorts/g32xHZm6bug?feature=share

Global Gyan in Assamese

14 Oct, 05:32


https://whatsapp.com/channel/0029VaXvZev60eBhid4CBS2X


✍️ *বিশ্বৰ আটাইতকৈ ডাঙৰ/সৰু/দীঘল | Largest/Smallest/Longest in the World*

*Part 1*

1. *বিশ্বৰ আটাইতকৈ দীঘল নদী? / World's longest river?*
👉 Nile River (Africa) / নীল নদী (আফ্ৰিকা মহাদেশ)

2. *বিশ্বৰ আটাইতকৈ ডাঙৰ নদী (আয়তনৰ ভিত্তিত)? / World's largest river (by volume)?*
👉 Amazon (Brazil, S. America) / আমাজন (ব্ৰাজিল, দ. আমেৰিকা)

3. *বিশ্বৰ আটাইতকৈ সৰু নদী? / World's shortest river?*
👉 Roe River (U.S.A.) / ৰ' নদী (ইউ.এ.চি.)

4. *বিশ্বৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাত? / World's largest waterfall?*
👉 Angel Falls / এঞ্জেল জলপ্ৰপাত

5. *বিশ্বৰ আটাইতকৈ ব্যস্ত ব্যৱসায়িক নদী? / World's busiest river?*
👉 Rhine River (Germany) / ৰাইন নদী (জাৰ্মানি)

6. *বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ? / World's largest lake?*
👉 Caspian Sea / কাস্পিয়ান সাগৰ (হ্ৰদ)

7. *বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ? / World's deepest lake?*
👉 Baikal Lake (Siberia, Russia) / বৈকাল হ্ৰদ (ছাইবেৰিয়া, ৰাছিয়া)

https://t.me/GlobalGyanInAssamese

8. *বিশ্বৰ মিঠা পানীৰ ভিত্তিত আটাইতকৈ ডাঙৰ হ্ৰদ? / World's largest freshwater lake by area?*
👉 Superior Lake / চুপিৰিয়ৰ হ্ৰদ

9. *বিশ্বৰ আটাইতকৈ ডাঙৰ নুনীয়া পানীৰ হ্ৰদ? / World's largest saltwater lake?*
👉 Great Salt Lake / মহান নুন হ্ৰদ

10. *বিশ্বৰ আটাইতকৈ উচ্চতাত অৱস্থিত হ্ৰদ? / World's highest lake?*
👉 Titicaca Lake / টিটিকাকা হ্ৰদ

11. *বিশ্বৰ আটাইতকৈ নিম্নতল মিঠা পানীৰ হ্ৰদ? / World's lowest freshwater lake?*
👉 Sea of Galilee / গলিল হ্ৰদ

12. *বিশ্বৰ আটাইতকৈ নিম্ন বিন্দু? / World's lowest point on earth?*
👉 Dead Sea / মৃত সাগৰ

https://youtube.com/playlist?list=PLQATa-c3gBLwUxQthZPmEo0p5X8estwQg&si=NFvzaQRU44irYxXb

13. *বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি? / World's largest desert?*
👉 Sahara Desert / সাহাৰা মৰুভূমি

14. *বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ? / World's largest continent?*
👉 Asia / এছিয়া

15. *বিশ্বৰ আটাইতকৈ সৰু মহাদেশ? / World's smallest continent?*
👉 Australia / অষ্ট্ৰেলিয়া

16. *বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ? / World's largest ocean?*
👉 Pacific Ocean / প্ৰশান্ত মহাসাগৰ

17. *বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ? / World's smallest ocean?*
👉 Arctic Ocean / আৰ্কটিক মহাসাগৰ

18. *বিশ্বৰ আটাইতকৈ ডাঙৰ উপসাগৰ? / World's largest gulf?*
👉 Gulf of Mexico / মেক্সিকোৰ উপসাগৰ

19. *বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ? / World's largest island?*
👉 Greenland / গ্ৰীণলেণ্ড

20. *বিশ্বৰ আটাইতকৈ উচ্চ পৰ্বত? / World's highest mountain (on land)?*
👉 Mount Everest / মাউণ্ট এভাৰেষ্ট

Global Gyan in Assamese

13 Oct, 05:16


https://youtube.com/shorts/SboFCHbKAIM?feature=share

Global Gyan in Assamese

12 Oct, 08:58


https://youtube.com/shorts/oujI9oNnEGc?feature=share

Global Gyan in Assamese

12 Oct, 07:59


https://youtube.com/shorts/u462OobLDuw?feature=share

Global Gyan in Assamese

11 Oct, 05:19


অতি গুৰুত্বপূৰ্ণ সাম্ভাব্য__

★ অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত?
👉 গুৱাহাটী

★নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত?
👉 আহমেদাবাদ, গুজৰাট

★ অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন?
👉 অসম মেডিকেল কলেজ, ডিব্ৰুগড়

★জিম্বাবুৱেৰ ৰাজধানী কি?
👉 হাৰাৰে

★ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নাম কি?
👉 ডুৰাণ্ড লাইন

★আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল?
👉 পুৰন্দৰ সিংহ

★ শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল?
👉 ৰতন টাটা

★UAE মুদ্ৰা নাম কি?
👉 ডিৰহাম

★ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন?
👉 বিষ্ণুৰাম মেধি

★বাণ থিয়েটাৰ ক'ত অৱস্থিত?
👉 তেজপুৰ

★বাংলাদেশৰ মুদ্ৰা নাম কি?
👉 টাকা

★ থাইলেণ্ডৰ ৰাজধানী কি?
👉 বেংকক

★ শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জৰিত?
👉 21(A)

https://youtube.com/playlist?list=PLQATa-c3gBLxFh1yoJUkhVlGAyIPz5v50&si=_8VmpNmZbrOtFZzB

★ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?
👉 ৰাকেশ শৰ্মা

★প্ৰথম অসমীয়া IAS কোন?
👉 আনন্দৰাম বৰুৱা

★8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়?
👉 ৰেডক্ৰচ দিৱস

★ ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত?
👉 কলকাতা

★ নীতি আয়োগৰ অধ্যক্ষ কোন?
👉 প্ৰধানমন্ত্ৰী

https://t.me/GlobalGyanInAssamese

★ ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়?
👉 1982 চনত

★ পৃথিৱীৰ বৃহত্তম নদী কোনখন?
👉 আমাজন

★ অ' মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?
👉 বাঁহী

★অসমৰ লৌহ মানৱ কোন?
👉 বিষ্ণুৰাম মেধি

https://youtu.be/mvHu3hHExHQ

★ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
👉 আৰ্যভট্ট

★ হিমা দাস কোনটো খেলৰ লগত জড়িত?
👉 এথলেটিকচ

★ No ball কোনটো খেলত ব্যৱহাৰ কৰা হয়?
👉 ক্ৰিকেট

★কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল?
👉 ভাৰত ত্যাগ আন্দোলন

★ কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই?
👉 যুক্তৰাষ্ট্ৰ

★ North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?
👉 মেঘালয়

★ LAD ৰ সম্পূৰ্ণ ৰূপটো কি?
👉 Local Area Development

★ ইবন বটোতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
👉 মহম্মদ বিন টুঘলক

Global Gyan in Assamese

11 Oct, 03:53


https://youtu.be/mvHu3hHExHQ