GK with Rimjhim Ma'am @gk_with_rimjhim Channel on Telegram

GK with Rimjhim Ma'am

@gk_with_rimjhim


History!!Polity!! Geography!! Economics!! Current Affairs!! General Science

GK with Rimjhim Ma'am (English)

Are you someone who loves to expand your knowledge on various subjects such as History, Polity, Geography, Economics, Current Affairs, and General Science? Look no further than the Telegram channel 'GK with Rimjhim Ma'am'! This channel, managed by the knowledgeable and experienced Rimjhim Ma'am, is dedicated to providing valuable insights and information on a wide range of topics to help you enhance your general knowledge. Whether you are a student preparing for competitive exams or simply someone who enjoys learning new facts, this channel is a great resource for you. Rimjhim Ma'am ensures that the content shared is accurate, engaging, and informative, making it easy for you to stay updated on important topics. Join 'GK with Rimjhim Ma'am' today and embark on a journey of continuous learning and growth. Expand your horizons and become well-versed in diverse subjects with the help of this insightful Telegram channel!

GK with Rimjhim Ma'am

01 Feb, 15:08


https://youtu.be/Qv2tBcu4Nsw?si=DxnHE37XshTcNWak

GK with Rimjhim Ma'am

31 Jan, 15:05


https://youtu.be/vrsBPy20lGE?si=Ktp5zveJ9WSeSLdz

GK with Rimjhim Ma'am

30 Jan, 10:48


https://youtu.be/-FoLYZqqn50?si=lCZzUhwt2-febAIS

সময় পালে চাব 😊

GK with Rimjhim Ma'am

27 Jan, 14:48


https://youtu.be/pmtCyb7lJa0?si=REaRLGWS5RaYfAEg

ক্লাছটো চাব পাৰে😊

GK with Rimjhim Ma'am

26 Jan, 13:26


???

GK with Rimjhim Ma'am

26 Jan, 11:19


https://www.instagram.com/reel/DFSW0wOyo4V/?igsh=MXhraWgycWkzaDM3Mw==

GK with Rimjhim Ma'am

26 Jan, 06:12


অসমৰ পাঁচ গৰাকী বিশিষ্ট বক্তিলৈ ২০২৫ বৰ্ষৰ পদ্ম সন্মান

পদ্ম ভূষণ
যতীন গোস্বামী - কলা আৰু সংস্কৃতি

পদ্মশ্ৰী
অনিল কুমাৰ বড়ো - সাহিত্য আৰু শিক্ষা
গীতা উপাধ্যায় - সাহিত্য আৰু শিক্ষা
জয়নাচৰণ বাথাৰী - কলা আৰু সংস্কৃতি
ৰেবকান্ত মহন্ত - কলা আৰু সংস্কৃতি

GK with Rimjhim Ma'am

26 Jan, 06:00


১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল।
সেয়েহে এই দিনটো আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰো।।।

GK with Rimjhim Ma'am

23 Jan, 07:39


🛑প্ৰাথমিক জীৱন
ভাৰতীয় অসামৰিক সেৱা (আই চি এছ) পৰীক্ষাত উত্তীৰ্ণ (১৯১৯) কিন্তু পিছত পদত্যাগ কৰে
স্বামী বিবেকানন্দক তেওঁৰ আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল
বাতৰি কাকত - স্বৰাজ

🛑কংগ্ৰেছৰ সৈতে ৰাজনৈতিক জীৱন (INC)
হৰিপুৰ (১৯৩৮) আৰু ত্ৰিপুৰী (১৯৩৯)ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল
গান্ধীজীৰ সৈতে মতাদৰ্শগত মতানৈক্যৰ বাবে INC (১৯৩৯)ৰ পৰা পদত্যাগ কৰে
'ফৰৱাৰ্ড ব্লক' ৰ প্ৰতিষ্ঠা।

🛑ভাৰতীয় জাতীয় সেনাবাহিনী (INA)
১৯৪৩ চনৰ জুলাই মাহত জাপান নিয়ন্ত্ৰিত ছিংগাপুৰত উপস্থিত হয়, তাৰ পৰাই তেওঁৰ বিখ্যাত শ্লোগান - 'দিল্লী চলো' জাৰি কৰে।
লগতে তেওঁ শ্লোগান দিয়ে - 'জয় হিন্দ'।
১৯৪৩ চনৰ অক্টোবৰ মাহত আজাদ হিন্দ চৰকাৰ আৰু ভাৰতীয় জাতীয় সেনা গঠনৰ কথা ঘোষণা কৰে।

*প্ৰথমে মোহন সিং আৰু জাপানৰ মেজৰ ইৱাইচি ফুজিৱাৰাৰ অধীনত ইনা গঠন হৈছিল। ইয়াত জাপানে মালয় আৰু ছিংগাপুৰত বন্দী কৰা ব্ৰিটিছ-ভাৰতীয় সেনাৰ ভাৰতীয় যুদ্ধবন্দীসকলক সামৰি লৈছিল।

🛑মৃত্যু
১৯৪৫ চনত যেতিয়া তেওঁৰ বিমানখন টাইৱানত দুৰ্ঘটনাগ্ৰস্ত হৈছিল (বিশ্বাস কৰা হয়)

GK with Rimjhim Ma'am

23 Jan, 07:38


🛑EARLY LIFE
Cleared the Indian Civil Services (ICS) examination (1919) but resigned later
Considered Swami Vivekananda as his spiritual Guru
Newspaper - Swaraj

🛑POLITICAL LIFE IN CONGRESS (INC)
Won INC Presidential Elections at Haripura (1938) and Tripuri (1939)
Resigned from INC (1939) due to ideological differences with Gandhiji
Founded 'the Forward Bloc'

🛑INDIAN NATIONAL ARMY (INA)
Reached Japan-controlled Singapore in July 1943, issued from there his famous slogan - 'Delhi Chalo'
He also gave the slogan - 'Jai Hind'
Announced the formation of Azad Hind Government and INA in Oct 1943

*INA was first formed under Mohan Singh and Japanese Major Iwaichi Fujiwara. It comprised Indian prisoners of war of the British-Indian Army captured by Japan in Malay and Singapore.

🛑DEATH
Believably in 1945 when his plane crashed in Taiwan.

GK with Rimjhim Ma'am

23 Jan, 07:29


আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম বাৰ্ষিকী
ভাৰত চৰকাৰে সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰি ২০২১ চনৰ ২৩ জানুৱাৰীৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে।

GK with Rimjhim Ma'am

21 Jan, 14:36


https://youtu.be/6HdhDfc7J0o?si=xC1C218eC4PryNzh

GK with Rimjhim Ma'am

21 Jan, 14:11


https://youtu.be/nQPzLUqMa-I?si=4umyn9Lof4meuyP1

সময় পালে ক্লাছটো চাব😊

GK with Rimjhim Ma'am

20 Jan, 08:57


https://www.youtube.com/live/SRpkPuyAcKQ?si=6fH3mB0ZhjN9V4qI

লগ পাম 😊

GK with Rimjhim Ma'am

18 Jan, 11:53


https://youtu.be/ac7SZPwZoMo?si=P2hIXTTC7osDXSkR

GK with Rimjhim Ma'am

15 Jan, 14:39


https://youtu.be/31jgHeFuB7k?si=VuihxbzaJzLRukD5

GK with Rimjhim Ma'am

11 Jan, 15:46


https://youtu.be/J9-UkYtCoPc?si=skOQkvO80RVdxl7X

GK with Rimjhim Ma'am

09 Jan, 14:34


https://youtu.be/LrLbs2tUmY4?si=EyAzggwsnlYeVOiK

GK with Rimjhim Ma'am

08 Jan, 14:51


https://youtu.be/0WjqZLIfZt8?si=TmMCGig_ayPMh3bZ

সময় পালে চাব 😊

GK with Rimjhim Ma'am

06 Jan, 14:31


https://youtu.be/MNK2KhS2rm8?si=5LniZWJ_qnN1jN9K

GK with Rimjhim Ma'am

06 Jan, 13:35


https://youtu.be/YjBV0CraLsY?si=FolJjQv75zHNH4RG

সময় পালে চাব 😊

GK with Rimjhim Ma'am

04 Jan, 14:31


Believe in yourself, take the leap and become the best version of you!!!!

All the Best❤️❤️
https://www.instagram.com/reel/DEaDMJPSBFU/?igsh=NXd3NHZvankxZGlt

GK with Rimjhim Ma'am

04 Jan, 14:31


SI হিচাপে এদিন দেখা পাম বুলি আশা ৰাখিলো।
শুভেচ্ছা থাকিল!!!
ভালকৈ পৰীক্ষা দিব ❤️❤️

GK with Rimjhim Ma'am

04 Jan, 08:47


https://www.youtube.com/live/qeASGf_Q4uE?si=ho5opzFLMx23U-16

GK with Rimjhim Ma'am

04 Jan, 05:32


লগ পাম 😊

GK with Rimjhim Ma'am

03 Jan, 11:40


https://www.youtube.com/live/CSIGgnOQMSA?si=S-N0ZTHi7bqD8DRK

GK with Rimjhim Ma'am

03 Jan, 08:11


লগ পাম 😊

GK with Rimjhim Ma'am

01 Jan, 04:45


Happy New Year

সকলোকে নৱ বৰ্ষৰ শুভেচ্ছা জনালোঁ🌼
এই বৰ্ষটোত যেন সকলোৰে মনৰ আশাবোৰ পূৰণ হয় আৰু ভগৱানে সকলোকে ভালে ৰাখক!!!

GK with Rimjhim Ma'am

29 Dec, 14:44


https://youtu.be/T_tKTbT9A6k?si=QUZM_h00PSfdZc95

GK with Rimjhim Ma'am

28 Dec, 14:36


https://youtu.be/gdaXNkwYShQ?si=xrI9G90lem9UOqMs

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

28 Dec, 11:47


Assam Police (Practice Set)-02_compressed.pdf

GK with Rimjhim Ma'am

28 Dec, 11:43


Padma Awards_compressed.pdf

GK with Rimjhim Ma'am

27 Dec, 13:25


https://www.youtube.com/live/_zHZWKHr2EY?si=xw2KJiLsSQwkDCj8

লগ পাম 😊

GK with Rimjhim Ma'am

26 Dec, 14:13


https://www.youtube.com/live/N3JDkkNQtqE?si=6PNGPb9xF3P8GqtX

GK with Rimjhim Ma'am

26 Dec, 14:13


৭.৪৫ বজাত join কৰিব 😊

GK with Rimjhim Ma'am

23 Dec, 14:36


https://youtu.be/kmvGhF9KCUs?si=q_-x7g1bbU_NMR8u

সময় পালে চাব 😊

GK with Rimjhim Ma'am

19 Dec, 13:41


সাজু নে?

GK with Rimjhim Ma'am

18 Dec, 14:17


২০২৪ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা লাভ কৰা অসমীয়া ব্যক্তিসকল

GK with Rimjhim Ma'am

17 Dec, 15:02


https://youtu.be/BRiQ5JxR87Y?si=rsU8_3Vz4FG58a-A

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

16 Dec, 13:34


https://youtu.be/8UsnLMMxUL8?si=zf72wDCqeSL8H40Z

লগ পাম 😊

GK with Rimjhim Ma'am

07 Dec, 04:22


https://youtu.be/Ln0OpsGO89g?si=6TojglM1igBB7ULI

GK with Rimjhim Ma'am

04 Dec, 02:35


Assam TET Cum Recruitment (GT/PGT)
Mathematics add কৰা হৈছে

Pedagogy - 50 Marks
About Assam and its people - 35 marks
General Mathematics (10th Standard) - 15 marks
General English - 30 marks
GS and Current Affairs - 10 marks

GK with Rimjhim Ma'am

03 Dec, 08:52


Join the Session everyone

GK with Rimjhim Ma'am

03 Dec, 07:29


https://www.youtube.com/live/GfMZvJMAUtw?si=YYHkxFoCaE8r4vGJ

লগ পাম 😊

GK with Rimjhim Ma'am

29 Nov, 17:00


https://youtu.be/3fRAJIkZL6o?si=3rs-lxSPxXdcQhxq

এতিয়ালৈ একো এটা exam clear কৰিব পৰা নাই, কি হৱ জীৱনটো এইবোৰ চিন্তা যদি মনত আহিছে তেন্তে আপুনি video টো এবাৰ চাব।
সকলোৱে নিশ্চয় নতুন কিবা এটি শিকিব পাৰিব😊

GK with Rimjhim Ma'am

26 Nov, 11:35


https://youtu.be/MGuZ8b0FgAk?si=PuzbAs4r8Chb0qug

Join the class 😊

GK with Rimjhim Ma'am

26 Nov, 03:55


আজি 26 November, সংবিধান দিৱস

On 29th August, 1947, the Constituent Assembly set up a Drafting Committee under the Chairmanship of Dr. B.R. Ambedkar to prepare a Draft Constitution for India.
On 26th November 1949, the Constituent Assembly of India adopted the Constitution of India, which came into effect on 26th January 1950.
The Ministry of Social Justice and Empowerment on 19th November, 2015, notified the decision of the Government of India to celebrate 26 November as 'Constitution Day'.

☀️১৯৪৭ চনৰ ২৯ আগষ্টত সংবিধান সভাই ভাৰতৰ বাবে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ ড° বি.আৰ. আম্বেদকাৰৰ অধ্যক্ষতাত এখন খচৰা সমিতি গঠন কৰে।
☀️১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান পৰিষদে ভাৰতীয় সংবিধান গৃহীত কৰে, যিখন সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হয়।
☀️২০১৫ চনৰ ১৯ ​​নৱেম্বৰত ভাৰত চৰকাৰে ২৬ নৱেম্বৰক ‘সংবিধান দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্তৰ বিষয়ে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে অধিসূচনা কৰে।

GK with Rimjhim Ma'am

25 Nov, 09:05


https://youtu.be/TbciI3BQscs?si=QZu5MPUAYP9E620F

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

24 Nov, 04:59


দেশতকৈ মোমাই ডাঙৰ নহয়!!!
আজি ২৪ নৱেম্বৰ, মহান আহোম সেনাপতি বীৰ লাচিতৰ ৪০২ তম জন্ম জয়ন্তী!!
লাচিত বৰফুকন হ’ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান।
১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে তেখেতৰ জন্ম হৈছিল।
আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই এইজনা বীৰ লাচিতক আহোমৰ বৰফুকন তথা সেনাপতি হিচাপে নিযুক্তি দিছিল।
১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত শৰাইঘাটত আহোম আৰু মোগলৰ মাজত যুদ্ধ হয়।
প্ৰধান সেনাপতিৰ যুদ্ধৰ অবৰ্তমানত মোগল সৈন্যই অনাসায়ে আহোম সৈন্যক পৰাস্ত কৰিছিল যাৰ বাবে আহোম সৈন্যই ৰণ ভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল আৰু তেনে সময়ত আহোম সৈন্যৰ দুৰাৱস্থা দেখি নৰিয়া গাৰে লাচিত বৰফুকন যুদ্ধত জপিয়াই পৰিল আৰু আহোম সৈন্যক উদ্দেশ্য কৰি কৈছিল ” মই ইয়াতেই মৰিম, বঙালে মোক ধৰি লৈ যাওঁক, ৰাইজ সুখ শান্তিৰে ঘৰলৈ উভতি যাওঁক।”
"যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহয়, চিলা পৰ্বতৰ ওপৰত চাৰি কঠা মাটি কিনি থৈছোঁ তাতে মোক মৈদাম দিবি।”
এই কথা শুনি আহোম সৈন্য দুগুণ পৰাক্ৰমেৰে যুদ্ধত জপিয়াই পৰিল আৰু অৱশেষত লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ হাতত মোগলৰ পৰাজয় হয়!!!

GK with Rimjhim Ma'am

22 Nov, 02:38


https://forms.gle/HZaSvwpEf7SZsTsG9

GK with Rimjhim Ma'am

21 Nov, 16:09


https://youtu.be/PllQvQZF9ww?si=2cft_H4pMYAi0IeD

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

16 Nov, 14:31


https://youtu.be/0i-ipEv3clw?si=uyEYHRn_0_-6G8H0

GK with Rimjhim Ma'am

12 Nov, 13:03


https://youtu.be/Hw2N11_Sa4Q?si=72qEpXGvh9C47gCF

যিকোনো exam ৰ বাবে এটি important topic
সময় পালে চাব 😊

GK with Rimjhim Ma'am

10 Nov, 12:01


https://youtu.be/oVe8J-wj9rM?si=ox76qaO9uOxY3fM5

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

08 Nov, 02:35


Start Your Day with Knowledge: Morning Offline Batch

আপোনাৰ দিনটোৰ ব্যস্ততাৰ বাবে যদি আপুনি সময় উলিয়াব নোৱাৰে তেন্তে ই-কুঁহিপাঠৰ morning batch টোৰ সৈতে জঢ়িত হৈ preparation আৰম্ভ কৰিব পাৰিব।

GK with Rimjhim Ma'am

07 Nov, 12:47


https://www.youtube.com/live/KofWLvv7Ms4?si=JJDAEt5nnFdcX3mM

GK with Rimjhim Ma'am

07 Nov, 12:47


Join the class 😊

GK with Rimjhim Ma'am

07 Nov, 09:24


লগ পাম 😊

GK with Rimjhim Ma'am

07 Nov, 04:50


Donald Trump will become the second person to secure 2 non-consecutive terms as the US president in 132 years

GK with Rimjhim Ma'am

05 Nov, 05:55


পৱিত্ৰ পুণ্যতিথিত বিশ্বশিল্পীগৰাকীক গভীৰ
শ্ৰদ্ধাৰে সুঁৱৰিছো🙏🙏

GK with Rimjhim Ma'am

04 Nov, 13:30


https://youtu.be/tMikWPqEtxA?si=1vO58Pe8CdH8BZbr

সময় পালে ক্লাছটো চাব 😊

GK with Rimjhim Ma'am

03 Nov, 17:54


এই ধৰা তেওঁৰ!
বহল আৰু অনন্ত আকাশ আৰু পাৰাপাৰহীন সাগৰ
এই সকলো তেওঁৰেই সৃজন!!
তথাপিও ক্ষুদ্ৰাতিক্ষুদ্ৰ এটি পুখুৰীতে পৰি থাকে তেওঁ🙏🙏
https://www.instagram.com/reel/DB6wn9SI_7L/?igsh=MWdkeGpqbnI1djluNg==

GK with Rimjhim Ma'am

31 Oct, 15:42


https://youtu.be/AVDReq6-aRE?si=pLWixRLJxIxCMFJy

সময় হ'লে ক্লাছটো চাব 😊

সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিল ❤️

GK with Rimjhim Ma'am

29 Oct, 17:10


https://youtu.be/2BL7M8dQIzM?si=lEA65GU_cEc0zzmv

GK with Rimjhim Ma'am

28 Oct, 04:01


"Rachel Gupta makes history"

Rachel Gupta won Miss Grand International 2024, held in Bangkok, Thailand.
She became the first Indian to achieve this title.

ৰেচল গুপ্তাই থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ২০২৪ চনৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ সন্মান লাভ কৰে।
তেওঁ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।

GK with Rimjhim Ma'am

27 Oct, 17:12


ONE LAST STAND for APSC CCE 2023 Interview appearing candidates.
Last few days to refine your interview skills & improve your personality with our distinguished panel of experts:
* Kongkon Jyoti Saikia – ACS, Rank 1, CCE '18
* Jyotish Nath – Labour Inspector
* Santanu Nandan Borbora – Inspector of Legal Metrology, Jorhat & Inspector of Excise, Rank 8, CCE '22
* Dr. Nijan Chandra Pegu – Asst Prof, B Borooah College
* Dr. Abhigyan Prasad – Asst Prof, B Borooah College
* Hitesh Baro – ACS
* Jitul Shivam – Assistant Registrar of Cooperatives
* Rizwan Islam – Inspector of Excise
* Churamani Saikia – Labour Inspector
* Shafikamal Hussain – Superintendent of State Tax cum Inspector of Taxes
* Chandan Chaudhury – Assistant Audit Officer
* Lucas Baishya – Protocol Officer, Gen Administration Dept

GK with Rimjhim Ma'am

26 Oct, 16:33


May your knowledge and preparation lead you to success. Good luck!!
Believe in yourself and your abilities. You'll do great!

শুভেচ্ছা থাকিল ❤️
ভালদৰে পৰীক্ষা দিব 😊

GK with Rimjhim Ma'am

26 Oct, 12:47


Join the class 😊

GK with Rimjhim Ma'am

26 Oct, 12:47


https://www.youtube.com/live/PwL-Acwd4I8?si=vkPhhEb05fGECcLr

GK with Rimjhim Ma'am

26 Oct, 08:16


লগ পাম 😊

GK with Rimjhim Ma'am

24 Oct, 18:52


The President has appointed Justice Sanjiv Khanna as the next Chief Justice of India, days after incumbent CJI D Y Chandrachud.
The appointment will come into effect from November 11.

বৰ্তমানৰ CJI ৱাই চন্দ্ৰচুদৰ পৰৱৰ্তী উত্তৰাধিকাৰি হিচাপে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে ন্যায়াধীশ সঞ্জীৱ খান্নাক।
তেওঁ ১১ নৱেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

GK with Rimjhim Ma'am

24 Oct, 14:12


কাৰো পৰা এটকাও সহায় নোলোৱাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কলা এটিক প্ৰতিষ্ঠিত কৰিবলৈ কিমান সাধনা, ধৈৰ্য আৰু চেষ্টাৰ প্ৰয়োজন, সেই কথা পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞাৰ পৰা শুনো আহক!!!
সময় পালে ভিদিওটো চাব এবাৰ 😊
https://www.instagram.com/reel/DBgnSe3SmLl/?igsh=YzRpYWF3dnczaDAy

GK with Rimjhim Ma'am

24 Oct, 13:54


https://youtu.be/6sqH5B0kIi4?si=8tpkteMoDM-Hrn08

নতুন কিছুমান কথা শিকিব পাৰিব।
সময় পালে ভিদিওটো চাব এবাৰ 😊

GK with Rimjhim Ma'am

23 Oct, 14:08


Fundamental Rights vs Constitutional Rights vs Legal Rights
মৌলিক অধিকাৰ vs সাংবিধানিক অধিকাৰ vs আইনী অধিকাৰ
https://www.instagram.com/reel/DBeCtbfyr7F/?igsh=dGdvOXRwcTE2ZTl6

GK with Rimjhim Ma'am

22 Oct, 09:09


Join the class 😊

GK with Rimjhim Ma'am

22 Oct, 09:09


https://www.youtube.com/live/RO3UiL9hznM?si=U_bBy95-meQOyDxA

GK with Rimjhim Ma'am

22 Oct, 05:59


লগ পাম 😊

GK with Rimjhim Ma'am

19 Oct, 09:07


https://www.youtube.com/live/83zs9CDPVOw?si=tGoiHEqhePHZFR1Q

GK with Rimjhim Ma'am

19 Oct, 09:07


Join the class 😊

GK with Rimjhim Ma'am

19 Oct, 05:45


লগ পাম 😊