Assamese GK Quiz | অসমীয়া কুইজ @assamesegkquiz Channel on Telegram

Assamese GK Quiz | অসমীয়া কুইজ

@assamesegkquiz


Assamese GK Quiz (English)

Are you looking to test your knowledge about Assam and its rich cultural heritage? Look no further than the Assamese GK Quiz Telegram channel! Owned and managed by @AratiGKStudy, this channel is your one-stop destination for all things related to Assamese general knowledge. From history to geography, from literature to current affairs, this channel covers a wide range of topics to keep you engaged and informed. Whether you are a student preparing for exams or just someone interested in learning more about Assam, this channel has something for everyone. Join the Assamese GK Quiz Telegram channel today and challenge yourself with fun and informative quizzes that will not only test your knowledge but also help you learn new and interesting facts about Assam. Stay connected, stay informed, and most importantly, have fun while expanding your knowledge with Assamese GK Quiz!

Assamese GK Quiz | অসমীয়া কুইজ

24 Nov, 18:24


📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। সকলোৱে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 Download Link - https://rpy.club/lm/8EM95tCjja

Assamese GK Quiz | অসমীয়া কুইজ

20 Nov, 16:05


📚 Join WhatsApp Group 👉👇

https://whatsapp.com/channel/0029Va5uNCNKQuJGn9HUxD1V

Assamese GK Quiz

29 Sep, 14:38


📌 সকলোৱে ৰিয়েক্ত কৰিলেহে Post সমূহ দি ভাল লাগে। 🤗
📌 সকলোৱে পৰীক্ষাত সহায় হোৱাকৈ Post টি Share কৰি দিয়া!
📌 অধিক প্ৰশ্নোত্তৰ সমূহ পাবলৈ Join কৰা
- @AnmolBuragohain

Assamese GK Quiz

28 Sep, 15:25


💥 *20 টা প্ৰয়োজনীয় বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ লগতে উত্তৰ*🔰

1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।   
8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।

📌 Join For More Update 👇

@anmolburagohain

Assamese GK Quiz

27 Sep, 04:14


📌 সকলোৱে ৰিয়েক্ত কৰিলেহে Post সমূহ দি ভাল লাগে। 🤗
📌 সকলোৱে পৰীক্ষাত সহায় হোৱাকৈ Post টি Share কৰিব পাৰা!
📌 অধিক প্ৰশ্নোত্তৰ সমূহ পাবলৈ Join কৰা
- @AnmolBuragohain
📌 ৬ নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো Comment কৰা! 👇

Assamese GK Quiz

26 Sep, 14:08


📌 সকলোৱে ৰিয়েক্ত কৰিলেহে Post সমূহ দি ভাল লাগে। 🤗

Assamese GK Quiz

17 Sep, 16:51


Assamese GK Quiz pinned «পৃথিৱীৰ টোকলাই চাহ গৱেষণা কেন্দ্র অসমৰ কোনখন জিলাত অৱস্থিত?»

Assamese GK Quiz

19 Apr, 03:48


Assamese GK Quiz pinned Deleted message

Assamese GK Quiz

24 Jun, 04:18


যিসকলে আগন্ত্তক Agniveer (Army, Airforce, Navy) পৰীক্ষাৰ বাবে অনুশীলন কৰিবলৈ বিচাৰে নাইবা কৰি আছে। সেইসকলে নিজৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ অনুশীলন কৰিবলৈ তলত লিংকত ক্লিক কৰি ল'ব। এই মেছেজটো আশা কৰোঁ আপোনাৰ চিনাকি ভাই-ভন্তী, বন্ধু-বান্ধৱীসকলোৱে সহায় হোৱা কৈ শ্বেয়াৰ কৰি দিব। লিংক👉👇

https://t.me/agniveerexam