Neueste Beiträge von Anmol Buragohain (@anmolburagohain) auf Telegram

Anmol Buragohain Telegram-Beiträge

Anmol Buragohain
🌍 সকলো সাধাৰণ জ্ঞান, কৰেণ্ট এফেয়াৰ্ছ আৰু মজাদাৰ তথ্য 📚
💡 প্ৰতিদিনে কিছু নতুন শিকক
🎯 আপডেট থাকক | আপোনাৰ জ্ঞান বৃদ্ধি কৰক
👇 দৈনিক কুইজৰ বাবে সাবস্ক্ৰাইব কৰক আৰু সকলোৱে সহায় হোৱাকৈ Share কৰক!
📚 Insta I'd - @AnmolBuragohain
6,306 Abonnenten
184 Fotos
4 Videos
Zuletzt aktualisiert 06.03.2025 10:30

Ähnliche Kanäle

PDF Drive books
8,392 Abonnenten
Sanjiv Sir (Unofficial)
6,447 Abonnenten
Assamese GK & Mock Test
4,413 Abonnenten

Der neueste Inhalt, der von Anmol Buragohain auf Telegram geteilt wurde.

Anmol Buragohain

06 Dec, 15:49

469

📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। সকলোৱে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 ইয়াত পাব Most Important 300 GK MCQ with Answers. ইয়াৰ সকলোবোৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সাম্ভাব্য প্ৰশ্নোত্তৰ। আগৰ খন হয় One Liners GK Questions and Answers আৰু এইখন হয় MCQ eBook. অসমৰ, ভাৰতৰ আৰু বিশ্বৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰশ্নোত্তৰ সমূহ ইয়াত আগবঢ়োৱা হৈছে।

📚 Download Link - https://rpy.club/lm/VMO0ikmgkF
Anmol Buragohain

06 Dec, 11:06

700

📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। সকলোৱে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 Download Link - https://rpy.club/lm/8EM95tCjja
Anmol Buragohain

06 Dec, 02:59

3,383

📚 বনফুলৰ কবি হিচাপে কোনজন সাহিত্যিকক জনা যায়?

A) হেমচন্দ্ৰ বৰুৱা 👍
B) যতীন্দ্র নাথ দুৱৰা ❤️‍🔥
C) লক্ষ্মীনাথ বেজবৰুৱা 🔥
D) ৰবীন্দ্র নাথ ঠাকুৰ 🥰

📌 শুদ্ধ Answer টো Emoji মিলাই কওঁক! 🤗
Anmol Buragohain

05 Dec, 14:28

3,173

এই Test সমূহ যি সকলে দিয়া নাই, দিব পৰা... Important হয়! 🙏🥰
Anmol Buragohain 🎯📚

25 Nov, 13:15

245

📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। যিসকলে বৰ্তমানৰ লৈকে Download কৰা নাই, সেই সকলে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 Download Link - https://rpy.club/lm/8EM95tCjja
Anmol Buragohain 🎯📚

25 Nov, 02:42

381

📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। সকলোৱে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 Download Link - https://rpy.club/lm/8EM95tCjja
Anmol Buragohain 🎯📚

25 Nov, 02:28


Anmol Buragohain 🎯📚 pinned «📚 Mission Assam Police 2024-2025 🎯 Target 10,000 Important MCQ 🥳 Start Date - 25 November 2024 ✍️ By - @AnmolBuragohain 👇👇👇👇👇👇👇👇👇👇👇👇👇»
Anmol Buragohain 🎯📚

25 Nov, 02:27

447

📚 Mission Assam Police 2024-2025

🎯 Target 10,000 Important MCQ

🥳 Start Date - 25 November 2024

✍️ By - @AnmolBuragohain

👇👇👇👇👇👇👇👇👇👇👇👇👇
Anmol Buragohain 🎯📚

24 Nov, 18:23

939

📚 পৰীক্ষাত সকলোৱে সহায় হোৱাকৈ এই eBook খন নতুন কৰি মুকলি কৰা হৈছে। সকলোৱে তলৰ লিংকটোত ক্লিক কৰি Download কৰিব ল'ব পাৰিব!

📚 Download Link - https://rpy.club/lm/8EM95tCjja
Anmol Buragohain 🎯📚

24 Nov, 02:41

665

📚 আজিৰ পৰা এটা Target লোৱা হৈছে 10,000 Important Questions and Answers For All Upcoming Competitive Exam ৰ বাবে। সকলোৱে ভাল লাগিলে ৰিয়েক্ত এটা কৰিব! Target টোৰ নাম কি ৰাখিলে ভাল হ'ব জনাবচোন....যাতে সকলোৱে Search কৰিলে কোনো অসুবিধা নোহোৱা কৈ সহজে পাই.... Questions and Answers সমূহ ইয়াতে দিয়া হ'ব... 😀