১/ মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ
উদ্ভাৱক: আইজাক নিউটন
২/ আপেক্ষিকতাৰ তত্ত্ব
উদ্ভাৱক: এলবাৰ্ট আইনষ্টাইন
৩/ পেনিচিলিনৰ আৱিষ্কাৰ
উদ্ভাৱক: আলেকজেণ্ডাৰ ফ্লেমিং
৪/ টেলিফোনৰ উদ্ভাৱন
উদ্ভাৱক: আলেকজেণ্ডাৰ গ্ৰেহাম বেল
৫/ লাইট বাল্বৰ উদ্ভাৱন
উদ্ভাৱক: থমাছ এডিচন
৬) ইলেক্ট্ৰনৰ আৱিষ্কাৰ
উদ্ভাৱক: জে.জে. থমছন
৭) তেজস্ক্রিয়তাৰ আৱিষ্কাৰ
উদ্ভাৱক: হেনৰী বেকুৱেৰেল
৮) ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱন
উদ্ভাৱক: টিম বাৰ্নাৰ্ছ-লী
৯) ইনচুলিনৰ আৱিষ্কাৰ
উদ্ভাৱক: ফ্ৰেডেৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্ট
১০) বিমানৰ উদ্ভাৱন
উদ্ভাৱক: ৰাইট ব্রাদার্ছ (অৰভিল আৰু উইলবাৰ ৰাইট)
১১) ৰেডিয়াম আৰু প’লনিয়ামৰ আৱিষ্কাৰ
উদ্ভাৱক: মেৰী কিউৰী
১২) ছপাশালৰ উদ্ভাৱন
উদ্ভাৱক: জোহানেছ গুটেনবাৰ্গ
১৩) ডি এন এৰ গঠন আৱিষ্কাৰ
উদ্ভাৱক: জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিক
১৪) ভাপ ইঞ্জিনৰ উদ্ভাৱন
উদ্ভাৱক: জেমছ ৱাট
১৫) তেজৰ পৰিসঞ্চালনৰ আৱিষ্কাৰ
উদ্ভাৱক: উইলিয়াম হাৰ্ভি
১৬) কম্পিউটাৰৰ উদ্ভাৱন
উদ্ভাৱক: চাৰ্লছ বেবেজ
১৭) অক্সিজেনৰ আৱিষ্কাৰ
উদ্ভাৱক: জোচেফ প্ৰিষ্টলি
১৮) ছমলপক্সৰ ভেকচিন উদ্ভাৱন
উদ্ভাৱক: এডৱাৰ্ড জেনাৰ
১৯) খনিকৰসকলৰ বাবে সুৰক্ষা লেম্পৰ উদ্ভাৱন
উদ্ভাৱক: হামফ্ৰে ডেভি
২০) ডাইনামাইটৰ উদ্ভাৱন
উদ্ভাৱক: আলফ্ৰেড নোবেল